Performance
- Views (24h)
- 830,847
- Views / Hour
- 34,619
- Total Views
- 4,901,265
- Duration
- 3:16
Regions
Topics
Description
Song: Mur Mon Film: Roi Roi Binale Label: Eye Creations & Zeal Creations Assamese Lyrics : মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে মোৰ মন মোৰ বুকুত লিখে একেই আখৰে মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আঁকেই একেথৰে মোৰ আঁউসীৰ জোনে আজি পোহৰ বিচাৰে মোৰ স্বপ্নভৰা গানে ওঁঠেৰে নিগৰে মোৰ ডেউকাৰ ক'লা ৰং শুভ্র হ'ব খোজে মোৰ কাজলী ৰাতি বর্ণিল হ'ব খোজে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে মোৰ মন হয় পাথৰ খুন্দি খুন্দি ভিতৰে মোৰ তীব্র কোলাহল ৰচে একেই সাঁথৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে মোৰ মন দুচকুত অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে English Lyrics : Lonely and adrift through my mind and sight My touch, unmoving and still, akin to my sky The same script engraves both my heart and mind; My thoughts and my portraits are carved by the same riddles Lonely and adrift through my mind and sight My touch, unmoving and still, akin to my sky The new moon of my mind yearns for light As dream-laden songs emanate from my lips The dusk of my wings yearns to shine so bright, The darkness of my night desires to bloom in hues of light Lonely and adrift through my mind and sight Find me drifting where touch and thought unwind As my mind’s grown stone, silent and stark Echoes awaken, from enigmas dark Lonely and adrift through my mind and sight Find me drifting where touch and thought unwind Lonely and adrift through my mind and sight My touch, unmoving and still,...